Falimari Gaio

আমি দেখামতে ফলিমাৰী গাওঁৰ চিত্ৰ স্বৰূপ এটা বিশাল গাবৰ গছ আছিল। দেশৰ দূৰ দূৰণীৰ মানুহৰ মুখত উক্ত গছৰ বিষয়ে শুনা যায়। কিন্তু দূখৰ বিষয় কালৰ সোঁতত , কালবহাগৰ ধুমুহাত গছটো শিপামূলে উভলি নিঃ চিহ্ন হৈ যায়। য়িকি নহওঁক ধুবুৰী চহৰৰ পৰা শ্মশানঘাটৰ ওচৰেদি ফলিমাৰী গাওঁৰ মাজেদ গৌৰূপুৰ চহৰ পাইছেহি। গাওঁখনৰ পূৱত- গদাধৰ নৈ, পশ্চিমত- ডহৰ বিল, উত্তৰে-গৌৰীপুৰ, আৰু দক্ষিণত- ধুবুৰী চহৰ। এটা সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে ফলিমাৰী গাওঁৰ মানুহক ভালপায় বুলি কষ্ট কৰি আ্ৰৰু মানুহক গৃহ হাৰা কৰি এখন্তেক দেখা ৯৩৫ নং ধঃফঃ এলপি স্কুলৰ এচৰত “ ভৈশালৰ খান ” বা “ দওঁ ” হিচাপে চিন এটা ৰাখি আকৌ বহু দূৰলৈ গুচি গৈছে। জনমুখৰ পৰা জনা যায় যে, নদী মৰিলেওঁ তাৰ ৰেখা নমৰে। এয়া হল প্ৰাকৃতিক চিন। গাওঁৰ মুৰব্বী সকলোৰ পৰা জনাযায় যে jlkjkl YouTube