ফলিমাৰী গাওঁৰ ইতিহাস

 উৎপত্তিঃ- কোনে কি কাৰণে গাওঁখনৰ নাম ফলিমাৰী দিলে বা কি কাৰণে গাওঁখনৰ নাম ফলিমাৰী হল তাৰ কাৰণ সম্পৰ্কে ইতিহাসত লিপিবদ্ধ নথকাত জানিব পৰা নাযায়।

তথাপি গাওঁখনৰ নামাকৰণ সম্বন্ধে গাওঁৰ কিছুমান মূৰব্বীৰ কিছু কথা জনা যায়। ইতিহাসত লিপিবদ্ধ কাহানীত উল্লেখিত নেতাই ধুবুনীৰ নামেৰে ধুবুৰী চহৰৰ নামাকৰণ হয়। ঠিক একেদৰে আমাৰ পূৰ্বপুৰুষ সকলোৰ পৰা জনা যায় য়ে, ১৮৫৬ চনত ফলিমাৰী গাওঁৰ উৎপত্তি হয়। এই গাওঁখনৰ খাল, বিল নদী আদিত তুলনা বিহীন ফলিয়া মাছ পোৱা গৈছিল। যিমাছ বেলেগ ঠাইৰ তুলনাত অধিক আছিল। গতিকে ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে গাওঁখনৰ নাম ফলিয়ামাছৰ নামৰ ওপৰত ভিত্তি কৰি উৎপত্তি হোৱা বুলি জানিব পৰা যায়। ধুবুৰী চহৰৰ নিচেই ওচৰত থকা বেবিলিনৰ ওলোমা উদ্দানৰ দৰে বাৰিষাৰ সময়ত পানীৰ মাজত বিদ্যুৎতৰ পোহৰে আলোকিত কৰা বতাহৰ তালে তালে ঢৌ খোলি খেলি মনি মুকুতাৰ দৰে উজ্বল হৈ থকা মানুহক চমক প্ৰদ আৰু আকৰ্ষিত কৰা গাওঁখনৰ নাম

Popular posts from this blog

Netai Dhubuni Ghat

অসমীয়া ভাষা লৈ চৰ-চাপৰি বাসীৰ অৱদান