Posts

Falimari Gaio

Image
আমি দেখামতে ফলিমাৰী গাওঁৰ চিত্ৰ স্বৰূপ এটা বিশাল গাবৰ গছ আছিল। দেশৰ দূৰ দূৰণীৰ মানুহৰ মুখত উক্ত গছৰ বিষয়ে শুনা যায়। কিন্তু দূখৰ বিষয় কালৰ সোঁতত , কালবহাগৰ ধুমুহাত গছটো শিপামূলে উভলি নিঃ চিহ্ন হৈ যায়। য়িকি নহওঁক ধুবুৰী চহৰৰ পৰা শ্মশানঘাটৰ ওচৰেদি ফলিমাৰী গাওঁৰ মাজেদ গৌৰূপুৰ চহৰ পাইছেহি। গাওঁখনৰ পূৱত- গদাধৰ নৈ, পশ্চিমত- ডহৰ বিল, উত্তৰে-গৌৰীপুৰ, আৰু দক্ষিণত- ধুবুৰী চহৰ। এটা সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে ফলিমাৰী গাওঁৰ মানুহক ভালপায় বুলি কষ্ট কৰি আ্ৰৰু মানুহক গৃহ হাৰা কৰি এখন্তেক দেখা ৯৩৫ নং ধঃফঃ এলপি স্কুলৰ এচৰত “ ভৈশালৰ খান ” বা “ দওঁ ” হিচাপে চিন এটা ৰাখি আকৌ বহু দূৰলৈ গুচি গৈছে। জনমুখৰ পৰা জনা যায় যে, নদী মৰিলেওঁ তাৰ ৰেখা নমৰে। এয়া হল প্ৰাকৃতিক চিন। গাওঁৰ মুৰব্বী সকলোৰ পৰা জনাযায় যে jlkjkl YouTube

ফলিমাৰী গাওঁৰ ইতিহাস

  উৎপত্তিঃ- কোনে কি কাৰণে গাওঁখনৰ নাম ফলিমাৰী দিলে বা কি কাৰণে গাওঁখনৰ নাম ফলিমাৰী হল তাৰ কাৰণ সম্পৰ্কে ইতিহাসত লিপিবদ্ধ নথকাত জানিব পৰা নাযায়।

অসমীয়া ভাষা লৈ চৰ-চাপৰি বাসীৰ অৱদান

Image
  অবিভক্ত গোৱালপাৰা জিলা অধিকাংশ চৰ - চাপৰত যি সকল মুছলমান বাস কৰে সেই সকল মুছলমান “ ভাটিয়া ” বুলি পৰিচিত। অই ভাটিয়া বিহাৰ বা হিন্দী বলয়ৰ পদবী ভাটিয়া নহয়। ইহঁত অখণ্ড ভাৰত বৰ্ষৰ সিৰাজগঞ্জ , মাদাৰিগঞ্জ , ময়মনসিং , ( এই ঠাইবোৰ বৰ্ত্তমান বাংলাদেশৰ অন্তৰ্গত ) আদি ভাটিৰ অববাহিকাৰ পৰা অঙা ভাটিয়া। এই মানুহ সকল স্বাধীনতৰ এনেক আগতেই আহিছিল। উদাহৰণ হিচাপে মোৰ ককা দেউতা ১৯১৯ চনৰ পৰা ফলিমাৰীত নিগাজী কৈ বসতি স্থাপন কৰিছিল।           ১৯৫৬ চনৰ আগলৈকে অসমৰ বিভিন্ন অঞ্চলৰ লগত এই বৃহৎ অঞ্চলটোত বঙলা ভাষাই প্ৰধান ভাষা আছিল। স্কুল - কলেজ , অফিচ - আদালত আদিত বঙলা ভাষাই প্ৰাধ্যন্য বিস্তাৰ কৰিছিল। কিন্তু ১৯৫৬ চনত ভাষৰ ভিত্তিত ৰাজ্যগঠন কৰাৰ বাবে States Organization Commission য়ে কেন্দ্ৰিয় চৰকাৰৰ ওচৰত এক হলফ নামা দাখিল কৰিছিল। উক্ত হলফ নামা মৰ্মে ৰাজ্য জুৰি ভাষা আন্দোলন গা কৰি উঠে। এই সময়ত বঙালী হিন্দুৰ প্ৰৰোচনাত তথা কথিত মুছলমান নেতাই বঙালী ভাষাক মাতৃভাষা কৰাৰো পক্ষে যুক্তি দৰ্শালে আৰু

Netai Dhubuni Ghat

Image
সাহিত্য সভা হল অৰাজনৈতিক আৰু সৰ্বসাধাৰণ ৰাইজৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্কে থকা অনুষ্ঠান।